Top News

কালিলৈ পৰা কম দামত দাইল,চেনী আৰু নিমখ

কালিলৈ পৰা কম দামত দাইল,চেনী আৰু নিমখ


অহাকালিৰ পৰা সুলভ মূল্যত চাউলৰ লগতে দাইল,চেনী আৰু নিমখ চৰকাৰী সূলভ মূল্যৰ দোকানত বিতড়ন কৰা হ'ব।

অসম চৰকাৰৰ খাদ্য আৰু যোগান বিভাগে সমূহ সূলভ মূল্যৰ দোকানৰ জৰিয়তে এই তিনি বিধ সামগ্ৰী নিম্ন লিখিত দামত বিক্ৰী কৰিবলৈ দোকান সমূহক নিৰ্দেশনা জাৰী কৰিছে।

দাম সমূহ-


১. দাইল - ৬৯ টকা

২. চেনী - ৩৮ টকা

৩. নিমখ - ১০ টকা

মুঠ-১১৭ টকা।

অৱশ্যে চাউল পূৰ্বৰ দৰেই বিনা-মূলিয়া হৈয়ে থাকিব।

Post a Comment

Previous Post Next Post