![]() |
| ফটো-প্ৰতিদিন সংবাদ |
অহাকালিলৈ এডিআৰইৰ গ্ৰেড ৩ আৰু আৰক্ষী উপ-পৰিদৰ্শকৰ ফলাফল ঘোষাণা
অসমৰ প্ৰত্যক্ষ্য নিয়োগ পৰীক্ষাৰ যোগেদি ইতিমধ্যেই আয়োজন কৰা তৃতীয় বৰ্গ আৰক্ষীৰ উপ-পৰিদৰ্শৰ ফলাফল অহাকালিলৈ ঘোষণা কৰা হ'ব বুলি মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নিজৰ এস্ক(X) যোগে আজি সদৰি কৰিছে।
অহা কালি ১০.৩০ ঘোষণা কৰিব লগীয়া ফলাফলৰ বিষয়ে মূখ্যমন্ত্ৰীয়ে কয়-
কাইলৈ এডিআৰই তৃতীয় শ্ৰেণী আৰু আৰক্ষী এছআইৰ ফলাফলৰ পিছত আন ফলাফল আহিব।
— হিমন্ত বিশ্ব শৰ্মা (@himantabiswa) ৯ অক্টোবৰ, ২০২৫
দৰিদ্ৰ পৰিয়ালৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অতি স্বচ্ছভাৱে চাকৰি পাব। পিক.টুইটাৰ.কম/খহউকজকেমভি

Post a Comment