Top News

বিদেশী বিতাড়নত পুনৰ ছাত্ৰ সন্থা

 বিদেশী বিতাড়নত পুনৰ ছাত্ৰ সন্থা


আজি গোলাঘাট সদৌ অসম ছাত্ৰ সন্থাৰ গোটে ১১ ঘণ্টীয়া অনশন আন্দোলনৰ যোগে চৰকাৰক অসমৰ পৰা বিদেশী বিতাড়নত বিফল হ'লে পুনৰ ব্যাপক আন্দোলনৰ ভাবুকি।

১৯৮৫ চনৰ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ পিছত সকলো বিদেশীক অসমৰ পৰা বিতাড়ন কৰাৰ বাবে তীব্ৰ আহ্বান চৰকাৰক।

ছাত্ৰ সন্থাই অসম চুক্তি খনৰ বিপৰীতে চৰকাৰে বৰ্তমানে অসম বিৰোধী কামকাজত ক্ষুন্ন সংগঠনটো।

শেহতীয়াকৈ অসমত ধৰ্মৰ ভিত্তিত হিন্দু বিদেশীক ভাৰতীয় নাগৰিকত্ব দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্ৰ সন্থাই কয় যে হিন্দু বিদেশীৰ বাবেই অসমৰ জনগাঠনিগত পৰিবেশ অসমত অধিক বিপদ হ'ব।

ছাত্ৰ সন্থাৰ মূল বিষয়টোয়ে আহিছে CAA(Citizen Amendment Act)ৰ অধীনত হিন্দু বিদেশীক নাগৰিকত্ব দিয়াতো।



Post a Comment

Previous Post Next Post