
ফটো ক্ৰেডিট-লাইভমিণ্ট
শ্ৰীভুমিত অচিৰেই উচ্ছেদ

শ্ৰীভুমিৰ পাথাৰকান্দিত শীঘ্ৰেই উচ্ছেদ অভিযান চলোৱা হ'ব বুলি মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যম যোগে ঘোষণা।
উল্লেখযোগ্য যে ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পালে বৈদ্যুতিক সংবাদ মাধ্যমৰ আগত বেদখল কাৰীয়ে শ্ৰীভুমিৰ পাটালী আৰু দোহালীৰ সংৰক্ষিত বনাঞ্চলত ব্যাপক বেদখলেৰে শ্ৰীভুমিত জনগাঠনিৰ সলনি কৰাৰ গুৰুত্বৰ অভিযোগ কৰিছিল।
তাৰেই প্ৰতিক্ৰিয়া হিচাপে মূখ্যমন্ত্ৰীয়ে শ্ৰীভুমিৰ পাথাৰকান্দিত উচ্ছেদৰ কৰাৰ আঁচনি লোৱা হৈছে বুলি আজি ঘোষণা কৰে।
আছাম ট্ৰিবিউনৰ খবৰ অনুসৰি অসমত অবৈধ বাংলাদেশীৰ বিৰুধ্যে অভিযান চলাই থকাৰ লগতে অসমত কোনো অবৈধ নাগৰিক থাকিবলৈ নিদিয়াৰ ঘোষণা কৰাৰ লগতে অসমত বাংলাভাষী হিন্দু অসমীয়া হিন্দু একেই বুলি মূখ্যমন্ত্ৰী শৰ্মাই একেখন সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়ে।
Post a Comment