Top News

২০২৬ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময় ঘোষণা

 
২০২৬ৰ-উচ্চতৰ-মাধ্যমিক-চূড়ান্ত-পৰীক্ষাৰ-দিন-ঘোষণা
ফটো-প্ৰতিদিন সংবাদ


২০২৬ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময় ঘোষণা

আজি ২০২৬ বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত দিন ঘোষণা কৰা হৈছে।

অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনুজ পেগু ডাঙৰীয়াই সামাজিক মাধ্যম যোগে অহা ফ্ৰেব্ৰুৱাৰী-মাৰ্চত HS Final পৰীক্ষা অনুস্থিত কৰা হ'ব বুলি সদৰি আজি সদৰি কৰিছে।

তাৰোপৰি এতিয়ালৈকে ফৰ্ম ফিলাপ নকৰা ছাত্ৰ-ছাত্ৰী সকলক ফৰ্ম ফিলাপ কৰাৰ বাবে অৱগত কৰিবলৈ বিদ্যালয়ৰ মূৰব্বী সকলক নিৰ্দেশনা দিয়া হৈছে।

যোগ্য কোনো ছাত্ৰ-ছাত্ৰী যাতে পৰীক্ষাৰ পৰা বাদ পৰিব লগীয়া নহয় তাৰ বাবে ২৫ অক্টোবৰৰ আগতে ফৰ্ম ফিলাপ কৰিবলৈ জাননী জাৰি কৰবলৈ বিভাগীয় ভাৱে ইতিমধ্যেই বিদ্যালয় সমূহক জনোৱা হৈছে।

পৰীক্ষাৰ প্ৰগেম অৱশ্যে এতিয়া ঘোষণা কৰা হোৱা নাই।

Post a Comment

Previous Post Next Post