
Image credit-krctimes
কালিলৈ TETৰ ৰিজাল্ট

অহাকালি TET cum Recruitment Exam(TCR)ৰ ৰিজাল্ট দিয়া হ'ব বুলি শিক্ষা মন্ত্ৰীৰ ঘোষণা।
নিজৰ এস্ক(X) পষ্ট যোগে অহাকালিলৈ পুৱা ১০.৩০ বজাত TETৰ ফলাফল দিয়া হ'ব বুলি ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনুজ পেগু ডাঙৰীয়াই জানিবলৈ দিছে।
২০২৪ চনৰ Post Graduate আৰু Graduate দুয়োটাৰে ফলাফল অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ নিজা website- https://madhyamik.assam.gov.in ত উপলদ্ধ হ'ব।
প্ৰাৰ্থী সকলে Application number আৰু Password ব্যৱহাৰ কৰি নিজা-নিজা চাব পাৰিব।
তাৰোপৰি কিবা অসুবিধা থাকিলে 08042303631ত ফোন কৰিবলৈ বিভাগীয় জাননী যোগে অৱগত কৰিছে।
স্নাতকোত্তৰ শিক্ষক আৰু স্নাতক শিক্ষকৰ বাবে টেট সহ নিযুক্তি পৰীক্ষা (টিচিআৰ), ২০২৪ৰ ফলাফল ১০:৩০ বজাত ঘোষণা কৰা হ’ব। ১৭ অক্টোবৰ ২০২৫ তাৰিখে।
— href="https://twitter.com/ranojpeguassam/status/১৯৭৮৬৮৮৪৯৯৮৬০৭৬৬৯৯১?ref_src=twsrc%5Etfw">১৬ অক্টোবৰ, ২০২৫
ফলাফলৰ লিংক: https://t.co/tRCUQ53sgi
যিকোনো সহায়ৰ বাবে: টোল-ফ্ৰী নম্বৰ ০৮০৪২৩০৩৬৩১ (১০ A.M.ৰ পৰা ৫ P.M., সোমবাৰ... pic.twitter.com/EP7Z0UsUaG
Post a Comment