Top News

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফৰ্ম ফিলাপৰ সময় বৃদ্ধি

হাইস্কুল-শিক্ষান্ত-পৰীক্ষাৰ-ফৰ্ম-ফিলাপৰ-সময়-বৃদ্ধি
ফটো ক্ৰেডিট-কেৰিয়াৰ গাইড


হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফৰ্ম ফিলাপৰ সময় বৃদ্ধি


SEBAই যোৱাকালিৰ এক নিৰ্দেশনা যোগে ২০২৬ বৰ্ষৰ HSLC পৰীক্ষাৰ Registrationৰ form fill upৰ সময় সীমা ২১ অক্টোবৰলৈকে বৃদ্ধি কৰিছে।

এই জৰুৰী নিৰ্দেশনা ইতিমধ্যে অসমৰ সকলো জিলা শিক্ষা বিষয়া তথা বিদ্যালয় সমহলৈ পৰিষদে প্ৰেৰণ কৰিছে বুলি জাননী খনত প্ৰকাশ।

উল্লেখযোগ্য যে অনাগত দূৰ্গাপূজা বন্ধৰ প্ৰতি লক্ষ্য ৰাখি SEBAই এই জৰুৰী পদক্ষেপ গ্ৰহণ কৰে।

২০২৬ বৰ্ষৰ HSLCৰ পঞ্জীয়নৰ মাছুল ১২০০ টকা ঠিক কৰিছে যদিও যি সকল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বাৰ্ষিক আয় ২ লাখতকৈ কম তেওঁলোকক ১২০০ দিয়াৰ পৰা ৰেহাই দিয়া হৈছে।

অৱশ্যে পঞ্জীয়ন মাছুল ৰেহাই পাবলৈ হলে স্থানী চক্ৰ বিষয়া বা সম-জিলা কাৰ্যলয়ৰ পৰা বছেৰেকীয়া আয়ৰ প্ৰমাণ পত্ৰ উলিওটো অনিবাৰ্য হৈ পৰিল।

বিতংকৈ জানিবলৈ-

sebaonline.org ত ক্লিক কৰক বা জাননী খন চাবলৈ ইয়াত ক্লিক কৰক।

২০২৬ৰ মেট্ৰিক পৰীক্ষা অহা বছৰ ফ্ৰেব্ৰুৱাৰী-মাৰ্চত অনুস্থিত কৰিব শিক্ষা পৰিষদে।

Post a Comment

Previous Post Next Post