Top News

বৰ্ষাপাৰাত ভাৰত-শ্ৰী লংকাৰ প্ৰথম এদিনীয়া

বৰ্ষাপাৰাত-ভাৰত-শ্ৰীলংকাৰ-প্ৰথম-এদিনীয়া
বৰ্ষাপাৰাত ভাৰত-শ্ৰী লংকাৰ প্ৰথম এদিনীয়া


বৰ্ষাপাৰাত ভাৰত-শ্ৰী লংকাৰ প্ৰথম এদিনীয়া


আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ২০২৫ চনৰ মহিলা বিশ্ব কাপৰ ভাৰত আৰু শ্ৰী লংকাৰ মাজৰ প্ৰথম মেছখন চলি আছে।

অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক সন্মান জনাই জুবিন গাৰ্গৰ বিশেষ গানেৰে বিশেষ অনুষ্ঠানেৰে আয়োজন কৰি বৰ্ষাপাৰা আৱেগিক হৈ পৰে।

খেলখন ৰাষ্ট্ৰীয় গানেৰে ভাৰতৰ অন্যতম জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোছালে উদ্ধোধন কৰে। গায়িকা গৰাকীয়ে খেলখনৰ বিৰতিত জুবিনৰ "মায়াবিনি" গীতটোৰে প্ৰয়াত শিল্লী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব।

টছত জিকি শ্ৰী লংকাই ভাৰতক প্ৰথমে বেটিং কৰবলৈ দিয়াত ভাৰতে বৰ্তমানলৈকে ৪২.১ অভাৰত ৬ টা উইকেট হেৰুৱাই ২২২ ৰান কৰি খেলি আছে।

বৰষুণৰ বাবে মেছখন ৫০ অভাৰৰ পৰিবৰ্তে ৪৭ অভাৰলৈ হ্ৰাস কৰে।

আজিৰ পৰা ২ নবেম্বৰলৈ হ'ব লগা প্ৰতিযোগিতা খন ভাৰত আৰু শ্ৰী লংকাই যুটিয়া ভাৱে অনুস্থিত কৰিছে।

Post a Comment

Previous Post Next Post