Top News

ভয়ানক ভুমিকম্পই জোকাৰি গ'ল গুৱাহাটীক

ভয়ানক-ভুমিকম্পই-জোকাৰি-গ'ল-গুৱাহাটীক
ফটো ক্ৰেডিট-ইণ্ডিয়াটিভিনিউজ



ভয়ানক ভুমিকম্পই জোকাৰি গল গুৱাহাটীক


খন্তেক আগতে প্ৰায় ৪.৪১ মিনিটত ৫.৯ ৰিখটাৰ স্কেলৰ ভুমিকম্পই জোকাৰি গ'ল অসমৰ আন প্ৰান্তৰ লগতে গুৱাহাটীকো।

ready.govৰ সূত্ৰ অনুসৰি ধেকিয়াজুলিৰ পৰা ১৬ কিলোমিটাৰ দূৰৰ বাংলাদেশত ভুমিকম্পৰ উৎপত্তি স্থল বুলি জানিব পৰা গৈছে।

বাংলাদেশৰ লগতে ভাৰত,ম্যানম্যাৰ,চীন,নেপাল আৰু ভূটানটো ইয়াৰ জোকাৰনি অনুভৱ হৈছিল বুলি একেটা সূত্ৰত প্ৰকাশ।

ক্ষয়-ক্ষতিৰ বিষয়ে অৱশ্যে এতিয়ালৈকে জানিব পৰা নাই।

Post a Comment

Previous Post Next Post