Top News

অসমবাসীক কন্দুৱাই হাৰ্টথৰ্বৰ মহাপয়াণ

জনপ্ৰিয়-শিল্পী-জুবিন-গাৰ্গৰ-মৃত্যু
ফটো ক্ৰেডিট-বলীউদহাংগামা



অসমবাসীক কন্দুৱাই হাৰ্টথৰ্বৰ মহাপয়াণ


আজি ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে অসমবাসীক শোকাতুৰ কৰি তুলে।

ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লবলৈ যোৱা জুবিন ছিংগাপুৰতেই হৃদ ৰোগত মৃত্যু হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ।

জুবিন গাৰ্গৰ নশ্বৰ দেহ অহাকালিলৈ গুৱাহাটী পাবহি বুলি জুবিনৰ লগত যোৱা অনুজ কুমাৰ বৰুৱাই সংবাদ মাধ্যমক জনায়।

ইফালে অসম চৰকাৰৰ ফালৰ পৰাও জুবিনৰ মৃতদেহ অসমলৈ অনাৰ যাৱতীয় ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।

ড° ভূপেন হাজৰীকাৰ পিছতে জুবিন গাৰ্গে অসমীয়া সংগীত জগতখনত সজতনে আগোৱাই লৈ গৈ থকাৰ সময়তে আজি ৫২ বয়সত অকাল বিয়োগ হোৱাত দেশৰ অগনত শোকস্তদ্ধ।

Post a Comment

Previous Post Next Post